Sunday, July 19, 2020

carryminati charity stream for assam flood

SHARE
যিটো সময়ত গোটেই নেচনেল TV চেনেল বোৰে অসম আৰু বিহাৰৰ বাণ পানী ৰ কোনো খবৰ প্ৰচাৰ কৰা নাই , সেইটো সময়ত অসম ক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ভাৰতৰ বিখ্যাত আৰু নঃ 1 ইউটিউবাৰ carryminati একা অজয় নগৰ । তেখেতক ৰদালি মাল্টিমিডিয়া গ্ৰুপ r পৰা অসম বাসীৰ হৈ ধন্যবাদ জনাইছোঁ । 

SHARE

Author: verified_user

I am Jems from Barpeta . I love to design websites and a little bit interested in photography also. I am a student and persuing my degree .

0 comments:

ads