এইজন হৈছে নলবাৰীৰ বীৰেন দাস নলবাৰীত সকলোৱে আতি বুলি জানে. নলবাৰীত সকলোৰে মুখত আতী নামে পৰিচিত. এইজন ককাই ৫০ হাজাৰ অত কৈ আ অধিক গছ ৰোপণ কৰিছে.নলবাৰীত নেলছন মেণ্ডেলা নামেৰে চক এটি স্তাফণ কৰিছে নেলছন মেণ্ডেলাৰ স্মৃতি হিচাপে. তেওঁৰ বয়স গৈ আছে কিন্তু তেওঁ প্ৰকৃতি ভাল পাব পাহৰি যোৱানাই.সকলোৰে লগত হাঁহি ধেমালি কৰি থকা এইজন হল আমাৰ মৰমৰ আতি.তেওঁৰ কাৰণে প্ৰকৃতি এ জীৱন.কেতিয়াবা নলবাৰী আহিলে এইজন ককাক লগ কৰিব বহুত কথা জানিব পাৰিব.যিমান পাৰে প্ৰচাৰ কৰাই দিয়ক এইজন আমাৰ মৰমৰ আতীক.এবাৰ প্ৰকৃতিক ভাল পাই চাওঁক জীৱনত বহুত আনন্দ পাব.Share this post love you ati ❤️❤️❤️❤️❤️
Wednesday, August 5, 2020
SHARE
Author: Jems R verified_user
I am Jems from Barpeta . I love to design websites and a little bit interested in photography also. I am a student and persuing my degree .
0 comments: